A REVIEW OF ASSAMESE SYNONYMS

A Review Of Assamese synonyms

A Review Of Assamese synonyms

Blog Article

অতুল, অতুলন, অতুলনীয়, অদ্বিতীয়, অনন্য, অনন্যসাধাৰণ, অনুপম, অপূৰ্ব, অসাধাৰণ, তুলনাবিহীন, তুলনাহীন, নজিৰবিহীন, নিৰুপম৷

অনিদ্ৰ, উজাগৰী, জাগন্ত, জাগৰ, জাগৰিত, জাগৰী, জাগৰুক, জাগ্ৰত, তন্দ্ৰাশূন্য, তন্দ্ৰাহীন,নিদ্ৰাবিহীন, নিদ্ৰাৰহিত, নিদ্ৰাহীন, বিনিদ্ৰ, সজাগ৷

অংশুমালী, অৰুণ, অৰ্ক, অৰ্যমা, আদিত্য, চিত্ৰভানু, চিত্ৰৰথ, তপন, দিনমণি, দিবাকৰ, পুষা, প্রভাকৰ, বিভাবসু, বিৰোচন, বিৱস্বান, বেলি, ভানু, ভাস্কৰ, মাৰ্তণ্ড, মিত্ৰ, মিহিৰ, ৰবি, সপ্তাশ্ব, সবিতা, সুৰ, সূৰুয, সূৰ্য৷

অগাত্মজা, অপৰ্ণা, উমা, গিৰিকুমাৰী, গিৰিনন্দিনী, গিৰিবালা, গিৰিসুতা, গি‍ৰিজা, গৌৰী, জগদ্‌গৌৰী, দক্ষকন্যা, দক্ষজা, দাক্ষায়ণী, নগনন্দিনী, পৰ্বতদুহিতা, পৰ্বতসুতা, পাৰ্বতী, ভৱানী, মহেশানী, মহেশী, শংকৰী, শিৱপত্নী, শিৱপ্ৰিয়া, শিৱা, শি‍ৱানী, শৈলজা, শৈলেয়, শৈ‍লসুতা, হিমালয়নন্দিনী৷

অচ্যুত, অতলবিহাৰী, অধোক্ষজ, অনন্তবীৰ্য, উদ্ধৱবন্ধু, কংসহা, কংসাৰি, কমললোচন, কানাই, কানু, কালীয়দমন, কৃষ্ণ, কেশীমথন, কেশৱ, গদাধৰ, গদাপাণি, গিৰিধাৰী, গিৰিধৰ, গোষ্ঠপতি, গোষ্ঠবিহাৰী, গোকুলনাথ, গোকুলপতি, গোকুলেশ্বৰ, গোপবল্লভ, গোপাল, গোপিকা-মোহন, গোপিকাৰমণ, গোপিনীবল্লভ, গোপীনাথ, গোপীমোহন, গোপেন্দ্ৰ, গোবৰ্ধনধাৰী, গোৱিন্দ, ঘনশ্যাম, চক্ৰধৰ, চক্ৰপাণি, চাণূৰমৰ্দন, জনাৰ্দন, ত্ৰিভংগ, ত্ৰিভংগমুৰাৰি, দামোদৰ, দৈৱকীনন্দন, দ্বাৰকাধীশ, দ্বাৰকানাথ, দ্বাৰকাপতি, দ্বাৰকেশ, দ্বাৰিকানাথ, দ্বাৰিকাপতি, নগধৰ, নটবৰ, ননীচোৰ, নন্দদুলাল, নীলমণি, নীলমাধৱ, নৰকান্তক, নৰনাৰায়ণ, নৰোত্তম, পদ্মপাণি, পাণ্ডৱসখা, পাৰ্থসাৰথি, পীতাম্বৰ, পুণ্ডৰীকাক্ষ, পুলিনবিহাৰী, পুৰুষোত্তম, বংশীগোপাল, বনবিহাৰী, বনমালী, বনোৱাৰী, বাসুদেৱ, বিপিনবিহাৰী, বৃন্দাবনেশ্বৰ, বৃষ্ণি, বেণুধৰ, ব্ৰজকিশোৰ, ব্ৰজবিহাৰী, ব্ৰজভূষণ, ব্ৰজমোহন, ব্ৰজেন্দ্ৰ, ব্ৰজেশ, মথুৰাপতি, মথুৰেশ, মদনগোপাল, মদনমোহন, মধুসূদন, মাধৱ, মুকুন্দ, মুৰাৰি, মুৰাৰু, মুৰুলীধৰ, যদুমণি, যশোদাদুলাল, যশোদানন্দন, যাদৱ, যাদৱৰায়, শকটাৰি, শ্যাম, শ্যামৰায়, শ্ৰীকৃষ্ণ, শ্ৰীহৰি, সুদৰ্শনধাৰী, হৰি, ৰণচোড়, ৰসৰাজ, ৰাধাকান্ত, ৰাধানাথ, ৰাধাবল্লভ, ৰাধামাধৱ, ৰাধাৰমণ, ৰাসবিহাৰী, ৰাসেশ্বৰ৷

অত্যাচাৰ, অপচয়, আদনাৰ্জি কৰা, আভনি, আলৈ-আথানি৷

অধিপতি, অধিপ, অধিপতি, অধিভূ, অধীশ, অধীশ্বৰ, অৱনীপতি, অৱনীশ, একজন্মা, ঐষ্ণীক, ক্ষিতিনাথ, ক্ষিতিপতি, ক্ষিতিপাল, ক্ষিতীশ, ক্ষৌণীশ, চক্ৰপাল, ছত্ৰপতি, জাহাঁপনা, দণ্ডধৰ, দেশপতি, দেশাধিপতি, নিজাম, নৃপ, নৃপতি, নৃপবৰ, নৃপমণি, নৃপাল, নৰদেৱ, নৰপতি, নৰপাল, নৰাধিপ, নৰেন্দ্ৰ, নৰেশ, পাতচা, পেছোৱা, প্রজেশ, প্ৰজানাথ, প্ৰজাপালক, প্ৰজেশ্বৰ, বাদশ্বাহ, ভূপ, ভূপতি, ভূমিপ, ভূমীন্দ্ৰ, মহাৰাজ, মহাৰাণা, মহীশ, মানৱেন্দ্ৰ, মুকুটধাৰী, লোকপাল, লোকপালক, শ্বাহ, সামন্তেশ্বৰ, স্বৰ্গদেউ, ৰজা, ৰাজ, ৰাজচক্ৰৱৰ্তী, ৰাজন, ৰাজশেখৰ, ৰাজাধিৰাজ,সম্ৰাট, ৰাজেন্দ্ৰ, ৰাজ্যেশ্বৰ, ৰাজৰাজেশ্বৰ, ৰাণা৷

তাৰোঁতা, ত্রাণকৰ্তা, ত্রাতা, ৰক্ষাকৰ্তা৷

পূৰ্বক্ষণ, প্ৰাক্‌কাল, প্রাক্‌মুহূৰ্ত৷

অতিবক্তা, অমিতভাষী, কথাচহকী, চেলেপু, প্ৰগলভ, ফাজিল, বহুবক্তা, বহুবল্কী, বহুভাষী, বাচাল, ভংভঙীয়া, ভল্‌ভলীয়া৷ (স্ত্ৰী) কথকী৷

অধ্যায়ী, অধ্যেতা, ছাতৰ, ছাত্ৰ, পাঠাৰ্থী, বিদ্যাৰ্থী, শিক্ষাৰ্থী৷

ন্যায্য, বিধেয়, যথাযথ, যথোচিত, যুক্তিযুক্ত, যুগুত, সংগত, সমীচীন, হক৷

অতলবিহাৰী, অধোক্ষজ, অনংগমোহন, অনন্তবীৰ্য, উদ্ধৱবন্ধু, কংসহা, কংসাৰি, কমললোচন, কানাই, কানু, কালীয়দমন, কৃষ্ণ, কেশীমথন, কেশৱ, গদাধৰ, গদাপাণি, গিৰিধাৰী, গিৰিধৰ, গোষ্ঠপতি, গোষ্ঠবিহাৰী, গোকুলনাথ, গোকুলপতি, গোকুলেশ্বৰ, গোপবল্লভ, গোপাল, গোপিকা-মোহন, গোপিকাৰমণ, গোপিনীবল্লভ, গোপীনাথ, গোপীমোহন, গোপেন্দ্ৰ, গোবৰ্ধনধাৰী, গোৱিন্দ, ঘনশ্যাম, চক্ৰধৰ, চক্ৰপাণি, চাণূৰমৰ্দন, জনাৰ্দন, ত্ৰিভংগ, ত্ৰিভংগমুৰাৰি, দামোদৰ, দৈৱকীনন্দন, দ্বাৰকাধীশ, Assamese synonyms দ্বাৰকানাথ, দ্বাৰকাপতি, দ্বাৰকেশ, দ্বাৰিকানাথ, দ্বাৰিকাপতি, নগধৰ, নটবৰ, ননীচোৰ, নন্দদুলাল, নীলমণি, নীলমাধৱ, নৰকান্তক, নৰনাৰায়ণ, নৰোত্তম, পদ্মপাণি, পাণ্ডৱসখা, পাৰ্থসাৰথি, পীতাম্বৰ, পুণ্ডৰীকাক্ষ, পুলিনবিহাৰী, পুৰুষোত্তম, বংশীগোপাল, বনবিহাৰী, বনমালী, বনোৱাৰী, বাসুদেৱ, বিপিনবিহাৰী, বৃন্দাবনেশ্বৰ, বৃষ্ণি, বেণুধৰ, ব্ৰজকিশোৰ, ব্ৰজবিহাৰী, ব্ৰজভূষণ, ব্ৰজমোহন, ব্ৰজেন্দ্ৰ, ব্ৰজেশ, মথুৰাপতি, মথুৰেশ, মদনগোপাল, মদনমোহন, মধুসূদন, মাধৱ, মুকুন্দ, মুৰাৰি, মুৰাৰু, মুৰুলীধৰ, যদুমণি, যশোদাদুলাল, যশোদানন্দন, যাদৱ, যাদৱৰায়, শকটাৰি, শ্যাম, শ্যামৰায়, শ্ৰীকৃষ্ণ, শ্ৰীহৰি, সুদৰ্শনধাৰী, হৰি, ৰণচোড়, ৰসৰাজ, ৰাধাকান্ত, ৰাধানাথ, ৰাধাবল্লভ, ৰাধামাধৱ, ৰাধাৰমণ, ৰাসবিহাৰী, ৰাসেশ্বৰ৷

আৰোহণ, উৎকৰ্ষ, উত্থান, উত্থিতি, উদ্গতি, উদ্গম, উন্নয়ন, ঊৰ্ধ্বগতি, ঊৰ্ধ্বগমন, সমুন্নয়ন৷

Report this page